Posts

All Assam job Some questions

All Job questions     (1) মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল? উত্তৰঃ পুৰন্দৰ সিংহ। (2) শুক্লেশ্বৰ মন্দিৰ কোন ৰজাৰ দিনত স্থাপন হৈছিল? উত্তৰ: প্রমত্ত সিংহ। (3) মোগলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰঃ ১৭ বাৰ। (4) মানে অসম কেইবাৰ আক্ৰমণ কৰিছিল? উত্তৰঃ ৩ বাৰ।  (5) অসমলৈ মান অনা ব্যক্তিগৰাকী কোন আছিল? উত্তৰ: বদন বৰফুকন। (6) ফ্রানচেংমুং বৰপাত্র গোহাঞিৰ পত্নীৰ নাম কি?  উত্তৰঃ মূলা গাভৰু। (7) ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? উত্তৰঃ ১৮২৬ চনত। (8) বেগম ৰহমন বাণু কোন অসমীয়া জীয়ৰীৰ নাম? উত্তৰ : ৰমণী গাভৰু। (9) ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল? উত্তৰঃ ১৬৮২ খ্রীঃত। (10) শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল? উত্তৰ :ৰামসিংহ। (11) আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ: চৰাইদেউত। ADRE Grade III & iv questions and answers  1/অলিম্পিকৰ ফ্লেগৰ ৰং কি? Ans- বগা 2/অলিম্পিকৰ পতকাত আঙুঠি কেইটা আছিল Ans- 5টা 3/ পেৰুৰ ৰাজধানী কি? Ans- Lima 4/ ভাৰতৰ কোনখন ৰাজ্যত ৰাজ্যসভাৰ সমষ্টি আটাইতকৈ বেছি? Ana- U.P 5/ 31 জুন 2022 ত অসমৰ জিলা কিমান আছিল ? Ans- 35 6/অসমক কিমান খন ৰাজ্যই boundary share কৰি

Ircareer.com

Image
  Irmotivation Online information for this website... YouTube channel তো পাব আমাৰ এই updet সমূহ - All Assam online information  Visit This website  👉👉 https://youtu.be/nh3buTkZqS4   Govt. House' list and installment check And how to check pmjay list...... নতুন নতুন updet সমূহ পাই থাকিবলৈ আমাৰ website ত visit কৰক।।।।